অসমীয়া ৱিকিপিডিয়াৰ পৰা
← 0 1 2 →
-1 0 1 2 3 4 5 6 7 8 9
Cardinal one
Ordinal 1তম
(first)
Greek numeral Α´
Roman numeral I
Binary 12
Ternary 13
Quaternary 14
Quinary 15
Senary 16
Octal 18
Duodecimal 112
Hexadecimal 116
Vigesimal 120
Base 36 136

১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।[1] কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। [2]। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা

১ৰ যুগাত্মক প্ৰতিলোম[সম্পাদনা কৰক]

১ৰ যুগাত্মক প্ৰতিলোম, বা যি সংখ্যাৰে ১ক যোগ কৰিলে '' পোৱা যায়, হ'ল '-১'। [3] ১ +(-১) = ১ - ১ = ০।

গুণক পৰিচয় বৈশিষ্ট্য[সম্পাদনা কৰক]

গুণক পৰিচয় মানে, যদি কোনো সংখ্যাক '১'ৰে পুৰণ কৰা হয়, তেতিয়া সেই সংখ্যাৰ পৰিচয় সলনি নহয়, অৰ্থাৎ উত্তৰত সেই সংখ্যাকেই পোৱা যায়। [4] যেনে, ১ × ৫ = ৫, ১ × ২২.২৩৫ = ২২.২৩৫ আদি।

১ৰ গুণনীয়ক[সম্পাদনা কৰক]

১ৰ এটাই মাত্ৰ গুণনীয়ক আছে, '১' নিজেই।[5] অৰ্থাৎ এক মৌলিক সংখ্যাও নহয়, আৰু যৌগিক সংখ্যাও নহয়।[6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


  1. xobdo.org search result(click Description)
  2. http://dictionary.reference.com/browse/one
  3. http://www.studyzone.org/mtestprep/math8/e/add_inv6l.cfm "1 + -1 = 0"
  4. http://coolmath.com/prealgebra/06-properties/08-properties-multiplicative-identity-01.htm
  5. http://factorzone.tripod.com/1-50.htm
  6. http://www.aaamath.com/fra63ax2.htm
  1. https://www.coolmathgamesrun.co/run-3/