বেটুপাত

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱিকিউদ্ধৃতিলৈ স্বাগতম!
যিকোনো লোকে সম্পাদনা কৰিব পৰা উদ্ধৃতিৰ বিনামূলীয়া সংকলন।
অসমীয়া ৱিকিউদ্ধৃতিত বৰ্তমান ২৭৪ টা লেখা আছে।

আজিৰ উদ্ধৃতি

“আমি এই অমূল্য জীৱনটো এবাৰহে পাওঁ আৰু দুনাই নোপোৱা জীৱনটো যদি আমি ভালদৰে যাপন নকৰোঁ তেনেহ’লে নিৰৰ্থক হ’ব আমাৰ এই জীৱন।”
~ মৌনতাৰ কোলাহল, (জোৱলা বৰা) ~

ৱিকিউদ্ধৃতি কি?

ৱিকিউদ্ধৃতি হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত যিকোনো ব্যৱহাৰকাৰীয়ে নতুন উদ্ধৃতি সন্নিবিষ্ট কৰিব পাৰে, অথবা আগৰে পৰা থকা উদ্ধৃতিত যদি ভুল থাকে সেয়া শুদ্ধ কৰিব পাৰে।

ৱিকিউদ্ধৃতিৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ’ল যাতে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। আপুনি যিকোনো এটা পৃষ্ঠা কেনেকৈ সম্পাদনা কৰিব পাৰি তাক শিকিবলৈ সহায় পৃষ্ঠাটো দৰ্শন কৰিব পাৰে নাইবা আপোনাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰে; বা ৱিকিউদ্ধৃতিত অৱদান আগবঢ়াবলৈ প্ৰৱেশ কৰিব পাৰে।

ইতিহাস

ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়।

মাহটোৰ শেষলৈ অৰ্থাৎ ২০০৩ চনৰ ৩১ জুলাইত ৱিকিউদ্ধৃতিত থকা প্ৰৱিষ্টিৰ সংখ্যা আছিল ১৭২ টা, স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল ১০ গৰাকী আৰু পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল ৪৮ জন।

এমাহৰ পিছত, ২০০৩ চনৰ ৩১ আগষ্টত ইয়াৰ সংখ্যা বাঢ়ি যথাক্ৰমে ৩৩৯ টা পৃষ্ঠা, ১৮ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আৰু ১০৫ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হয়গৈ। ২০০৪ চনৰ ১ আগষ্টত ইয়াত ৩০০-ৰো অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হোৱাৰ লগতে ২৭ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল।

ৱিকিউদ্ধৃতিৰ ভগ্নী প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ:

Commons ৱিকিমিডিয়া কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল
Wikipedia ৱিকিপিডিয়া
মুক্ত বিশ্বকোষ
Wikiversity ৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম
Wikibooks ৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisource ৱিকিউৎস
মুক্ত উৎসৰ পুথিভঁৰাল
Wiktionary ৱিকিঅভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikinews ৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikispecies ৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Meta-Wiki মেটাৱিকি
ৱিকিমিডিয়া প্ৰকল্প সমন্বয়