বেটুপাত

From Meta, a Wikimedia project coordination wiki
Jump to navigation Jump to search
This page is a translated version of the page Main Page and the translation is 94% complete.
Outdated translations are marked like this.

মেটা-ৱিকি

ৱিকিমিডিয়া প্ৰকল্প আৰু ৱিকিমিডিয়া আন্দোলনৰ গোলকীয় সামাজিক ছাইট মেটা-ৱিকিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ভৱিষ্যত ৱিকিমিডিয়া কাৰ্যাৱলীৰ সমন্বয় আৰু নথিকৰণৰ পৰা আচঁনি প্ৰস্তুতকৰণ আৰু বিশ্লেষণলৈকে সকলো পৰ্যায়ৰ আলোচনা মেটা-ৱিকিত কৰা হয়।

ৱিকিমিডিয়া আউটৰিচৰ দৰে অন্য বহু-বিষয়ৰ বিশেষীকৃত ৱিকি প্ৰকল্পসমূহৰো মূল হৈছে এই মেটা-ৱিকি। এই সম্পৰ্কীয় আলোচনা ৱিকিমিডিয়া মেইলিং লিষ্ট (বিশেষকৈ ৱিকিমিডিয়া-১, ইয়াতকৈ কম-জনপ্ৰিয় সমপৰ্যায়ৰ ৱিকিমিডিয়াঘোষণা), মুক্তটোকাৰ আইআৰচি চেনেল, ৱিকিমিডিয়া সগযোগী একক ৱিকিসমূহ, আৰু অন্য স্থানতো কৰা হয়।

অনুস্থিতব্য

নৱেম্বৰ ২০২১

Wikimedia-logo.svg September 28 – November 30: Listening tour of Wikimedia Foundation's incoming chief executive officer, Maryana Iskander
Wikimedia-logo.svg November 5 – November 7: Wikimedia CEE Online Meeting 2021 takes place.
Wikimedia-logo.svg November 5 – November 7: WikiIndaba virtual conference

অক্টোবৰ ২০২১

Wikimedia-logo.svg October 20: Conversation with the Wikimedia Foundation’s Board of Trustees
Emojione 1F5F3.svg October 11 - October 24: Movement Charter Drafting Committee election process
Wikimedia-logo.svg October 8 – October 10: WikiConference North America virtual conference
Wikimedia-logo.svg October 15 – October 17: WikiArabia/2021 virtual conference
Noto Emoji Pie 1f4e2.svg August 17 – October 17: Community review for Enforcement Draft Guidelines of the Universal Code of Conduct
Wikimedia-logo.svg September 29 – October 3: Movement Charter Election Compass Statements

ছেপ্টেম্বৰ ২০২১

Wikimedia-logo.svg September 25 – September 26: Strategic Wikimedia Affiliates Network (SWAN) meeting
Noto Emoji Pie 1f4e2.svg September 14 : All traffic from all wikis will be switched back to the primary data center. All wikis will be in read-only mode around 14:00 UTC.
Noto Emoji Pie 1f4e2.svg September 7: The results of the 2021 Wikimedia Foundation Board of Trustees election
Noto Emoji Pie 1f4e2.svg August 2 – September 14: Call for Candidates for the Movement Charter Drafting Committee.
সমাজ আৰু যোগাযোগ
» বাবেল, মেটা-ৱিকিৰ বিষয়সমূহৰ আলোচনা মঞ্চ
» মেইলিং লিষ্ট আৰু আইআৰচি
» মিটআপ
» Wikimedia Embassy|ৱিকিমিডিয়া দূতবাস, ভাষা অনুযায়ী স্থানীয় যোগাযোগৰ তালিকা
» ৱিকিমিডিয়া ফ'ৰাম, ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাবে এক বহুভাষিক ফ'ৰাম
» ৱিকিমিডিয়ানসকল
» Wikimedia Resource Center, a hub for Wikimedia Foundation resources
মিডিয়াৱিকি প্ৰতিস্থান, মেটা-ৱিকি, আৰু ইয়াৰ ভগ্নীপ্ৰকল্পসমূহ
ৱিকিমিডিয়া প্ৰতিস্থান হৈছে ড'মিন নামৰ সৈতে ৱিকিমিডিয়া চাৰ্ভাৰ, ল'গ' আৰু সকলো ৱিকিমিডিয়া প্ৰকল্প আৰু মিডিয়াৱিকিট্ৰেডমাৰ্কৰ অধিকাৰী সামগ্ৰিক অব্যৱসায়িক প্ৰতিস্থান। মেটা-ৱিকি হৈছে ৱিভিন্ন ৱিকিমিডিয়া ৱিকিবোৰৰ সমন্বয়ী ৱিকি।
Other languages: