আদৰিছোঁ
ৱৰ্ডপ্ৰেছৰ আনুষ্ঠানিক (official) অসমীয়া স্থানীয়কৰণৰ তথ্য-পাতি, উন্নয়নবাৰ্তা (updates) বিনিময়ৰ বাবে এই চাইট।
ৱৰ্ডপ্ৰেছ হৈছে অতি জনপ্ৰিয় স্তেত-অৱ-দি-আৰ্ত ব্যক্তিগত প্ৰকাশন মঞ্চ আৰু কনতেন্ত মেনেজমেন্ত চিস্তেম (CMS)। সৌন্দৰ্য, ব্যৱহাৰযোগ্যতা আৰু সহজবোধ্যতাৰ ফালৰ পৰা ৱৰ্ডপ্ৰেছ হৈছে অনন্য আৰু অমূল্য।
অমূল্যতো হয়েই ই বিনামূলীয়াও! 🙂