পদাৰ্থ বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভিন্ন ভৌতিক পৰিঘটনাৰ উদাহৰণ

পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics, প্ৰাচীন গ্ৰীক: φύσις physis "প্ৰকৃতি") হৈছে ভৌতিক বিজ্ঞানৰ এটা ভাগ য’ত পদাৰ্থ[1] আৰু স্থান-কালৰ মাজেৰে এইবোৰৰৰ গতি, লগতে অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল-ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। .[2]সামগ্ৰিক ভাৱে পদাৰ্থ বিজ্ঞান হৈছে, বিশ্বব্ৰহ্মাণ্ডৰ আচৰণ আৰু প্ৰক্ৰিয়াসমুহ বুজিবৰ বাবে প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিঘটনাসমূহৰ সাধাৰণ বিশ্লেষণ।[3][4][5]

পদাৰ্থ বিজ্ঞান হৈছে শিক্ষাৰ প্ৰাচীন ভাগ সমূহৰ এটা, আমি যদি জ্যোতিৰ্বিজ্ঞানক ধৰো তেতিয়া আমি পদাৰ্থ বিজ্ঞানক প্ৰাচীনতম শৈক্ষিক ভাগ বুলিব পাৰো ।[6]শেষৰ দুটা সহস্ৰাব্দলৈ চালে আমি দেখিম যে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান, গণিতৰ কিছুমান ভাগ আৰু জীৱ বিজ্ঞানৰ সৈতে প্ৰাকৃতিক দৰ্শনৰ ভাগ হিচাপে স্বীকৃত হৈ আহিছে ।

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. আৰ. পি ফাইনমেন, আৰ. বি. লেইটন, এম. চেন্ডচ (১৯৬৩). The Feynman Lectures on Physics. . পৃষ্ঠা. ১-২. ISBN ০-২০১-০২১১৬-১. 
  2. জে. চি. মেক্সৱেল (১৮৭৮). Matter and Motion. ডি. ভান ন’চট্ৰেণ্ড. পৃষ্ঠা. ৯. ISBN ০৪৮৬৬৬৮৯৫৯. http://books.google.com/?id=noRgWP0_UZ8C&printsec=titlepage&dq=matter+and+motion. 
  3. এইচ. ডি.য়ং, আৰ. এ. ফ্ৰীডমেন (২০০৪). University Physics with Modern Physics (১১শ সম্পাদনা). এডিচন ৱিজলি. পৃষ্ঠা. ২. 
  4. এচ. Holzner (2006). Physics for Dummies. জন ৱিলি এণ্ড চনচ. পৃষ্ঠা. 7. ISBN ০৪৭০১৮৪১৮. http://www.amazon.com/gp/reader/0764554336. 
  5. টোকা: "বিশ্ব-ব্ৰহ্মাণ্ড" শব্দটোৱে ভৌতিকভাবে অস্তিত্ব থকা সকলো বস্তুকে বুজোৱা হয়, the entirety of space and time, all forms of matter, energy and momentum, and the physical laws and constants that govern them. However, the term 'universe' may also be used in slightly different contextual senses, denoting concepts such as the cosmos or the philosophical world.
  6. Evidence exists that the earliest civilizations dating back to beyond 3000 BCE, such as the Sumerians, Ancient Egyptians, and the Indus Valley Civilization, all had a predictive knowledge and a very basic understanding of the motions of the Sun, Moon, and stars.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]