ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Wiki patrika banner.jpg

এই পত্ৰিকাখন কিছুদিন আগেয়ে ফেচবুকৰ গোটত হোৱা আলোচনা অনুসৰি ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহৰ এটা। অসমীয়া ৱিকিপিডিয়াৰ এইখন মাহেকীয়া প্ৰতিবেদন হিচাপে চলাই নিবলৈ সক্ৰিয় ৱিকিপিডিয়ানসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। এই পৃষ্ঠাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আলোচনা পৃষ্ঠাত দিও আপুনি এই কাৰ্যত সহায় কৰিব পাৰে। এই পৃষ্ঠাখনত সন্নিবিষ্ট বিষয়সমূহ হ’ব অসমীয়া ৱিকিপিডিয়াৰ বিগত মাহৰ ভাল কামসমূহ, সন্মিলন, কৰ্মশালা, যিকোনো মিডিয়াত প্ৰকাশিত অসমীয়া ৱিকিপিডিয়া সম্পৰ্কীয় প্ৰকাশিত বা-বাতৰি, সক্ৰিয় সদস্যসকলৰ তালিকা, উল্লেখযোগ্য বঁটা প্ৰাপ্ত সদস্যসকল, শেহতীয়াভাৱে লিখা কেইটামান ভাল প্ৰবন্ধ আদি। এই পৃষ্ঠাৰ পৰা পুনৰ বাৰ্ষিকভাৱে প্ৰকাশিত ৱিকিপিডিয়া:ৱিকিপত্ৰিকালৈ শ্ৰেষ্ঠতম সমলবোৰ বাচি উলিয়াই প্ৰকাশ কৰা হ’ব|

প্ৰকাশিত ৱিকিপিডিয়া প্ৰচাৰপত্ৰিকা সমূহ